Discourses From the East
বেছি বেয়াতকৈ কম বেয়াই হওক

মনি মনি সেউজীয়া পাচলিগণি গণি খুচুৰাৰ বিননিমোনাখন আগবঢ়াই দি ভাবোসাৰ-কীটনাশকৰ জামানাতবেছি বেয়াতকৈ কম বেয়াই হওক ঘূৰাই পকাই পিটিকিমূৰ পেট আৰু ফিছাখনিফৰ্মেলিনত গলি থকা মাছটো চাই ভাবোবেছি বেয়াতকৈ কম বেয়াই হওক চুবুৰীয়াৰ ল’ৰাই ড্ৰাগছত ধৰিছেটকাৰ দাবীত উত্ৰাৱল হৈছেমদ-ভাঙৰ গুণানুকীৰ্তন কৰো আৰু…



