Discourses From the East
অৱচেতন

“Human consciousness is a tragic misstep in human evolution.” এজন স্মৃতিকাতৰ মানুহৰ বুকুৰ পৰা তুমি এদিন উলিয়াই আনিলা এখন চহৰ চহৰখনৰ গোটেইবোৰ গছ কাটি তুমি প্ৰথমেই বন্ধ কৰি দিলা চহৰখনলৈ জীৱন অহা বাটটো চহৰখনৰ মাজেৰে বৈ যোৱা নৈখনৰ পাৰত বহি…




