Discourses From the East
অ মোৰ ওপজা ঠাই

আমাৰ ঘৰৰ পূবত এখন বহল পথাৰ। স্থানীয় কাৰবিলোকে পথাৰখনক ‘আংবং আহিদি’ আৰু অনান্যসকলে ‘মাজপথাৰ’ বুলি জানে। প্ৰায় তিনি কিলোমিটাৰ দূৰৈত- চালে চকুৰোৱা শাৰিশাৰি কাৰবি পাহাৰ। অতীজৰ কাৰবিলোকে এই পাহাৰ আৰু অঞ্চলৰ বিভিন্ন স্থান বিশেষত্ব অনুযায়ী নামাকৰণ কৰি গৈছে। চৰ্লেং আংলং,…
