Discourses From the East
অগ্নিশুদ্ধ

প্ৰশ্ন হয় বাৰে বাৰেকোন তুমি, কি তোমাৰ স্বৰূপ !প্ৰশ্ন হয় বাৰে বাৰে কি নোহোৱা তুমিসৃষ্টি, প্ৰেম, ৰাজনীতি ক’ত যে নাই পৰশ তোমাৰ কিমান যে ভূমিকা, কত যে গুণ গৰিমা তোমাৰ !!অন্তহীন উকা মৰুভূমিক শস্য- সেউজীয়া কৰাবহু হাজাৰ গীতৰ গীতিকাৰ তুমিঅমলিন…
