Discourses From the East
ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ: আমি যি নকৰিলোঁ

হিমাক্ষী বৰা ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ। কেৱল এজন মহান শিল্পীৰ জন্মৰ এশ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষ নহয়। এয়া অসমীয়া সমাজে নিজৰ সাংস্কৃতিক স্মৃতি, বৌদ্ধিক পৰম্পৰা আৰু মূল্যবোধৰ সন্মুখত থিয় হৈ নিজকে পুনৰ প্ৰশ্ন কৰাৰ এক ঐতিহাসিক সুযোগ। শতবৰ্ষ একোটা বাৰে…




