Discourses From the East
দুই খলপীয়া গুৱাহাটী

দুই খলপীয়া গুৱাহাটীখন দেখিছে নে? চুলিৰ আগটোৰ পৰা ভৰিৰ নখলৈকে ফ্লাইঅ’ভাৰেৰে ভৰ্তি, উন্নয়নৰ নজিৰ এই দুই খলপীয়া গুৱাহাটীখন! এইখন গুৱাহাটীত নাই কোনো সমস্যা কোনো উৎপীড়ন, কোনো ক্লিষ্টতা অলাগতিয়াল ঠাইত সীমাহীন ফ্লাইঅ’ভাৰবোৰ থকা এইখন গুৱাহাটীত নহয় কোনো ট্ৰেফিক জাম এজাক দুঘণ্টীয়া…
