Discourses From the East
জুবিন গাৰ্গ: অসম, সমাজ আৰু এক বিশ্বজনীন চিন্তাৰ সুৰ

বনজিৎ শৰ্মা অসমীয়া সংগীতৰ ইতিহাসত কিছুমান শিল্পীৰ আগমন কেৱল নতুন এজন শিল্পীৰ আগমন নহয়; ই এক নতুন সময়ৰ আৰম্ভণি। জুবিন গাৰ্গ তেনে এজন শিল্পী, যিয়ে অসমীয়া সংগীতক নতুন সুৰ, নতুন সংগীত-চিন্তা আৰু নতুন প্ৰজন্মৰ সৈতে এক শক্তিশালী সংযোগ প্ৰদান কৰিছিল।…





