Discourses From the East
জুবিন গাৰ্গৰ মৃত্যুঃ অনুশাসন, চৰিত্ৰহণন, আৰু গৰিমা

ঋষিৰাজ সেন আৰু দিব্যশ্ৰী মহন্ত– (১) ১৯২৭ চনত তিনি হাজাৰ মহিলাৰ এক সমাৱেশৰ সন্মুখত বাবা চাহেব আম্বেদকাৰে কৈছিল যে তেওঁ এটা সম্প্ৰদায়ৰ প্ৰগতি নাৰীয়ে লাভ কৰা প্ৰগতিৰ মাত্ৰাৰেহে জোখে। তৎসত্ত্বেও আজিকোপতি ভাৰত, বিশেষকৈ অসম, পাশ্চাত্যৰ তুলনাত লিংগ সমতাৰ সকলো সূচাংকত…
