Discourses From the East
শ্ৰডিংগাৰৰ মেকুৰী

~ মানসী গোহাঁইথুপুকৰ কথা সোধা নহয়। নামটোও যেন ঘৰৰ ভিতৰত নিষিদ্ধ। এই নিষিদ্ধতা কোনেও জাৰি কৰা নহয়।থুপুক ঘৰৰে আছিল।দহ দিনীয়া দুখৰ পাছত মানুহকেই বা কেইজনে হিচাপত ৰাখে? তেনেস্থলত থুপুক কোন কূটা?দূৰৈৰপৰা চালে পাহাৰখনো মসৃণ লাগে, অথচ বাস্তৱিকতে তেনে নহয় –…




