Discourses From the East
সাম্প্ৰদায়িক শক্তিৰ কেঁকুৰা চেঁপাত বন্দী হ’ব নেকি জননেতা ভীমবৰ দেউৰী!

শিৰোনামটোৱে সূচায় আচলতে আমি কোনবোৰ কথা আলোচনা কৰিবলৈ আগবাঢ়িছো।মূল আলোচনালৈ যোৱাৰ পূৰ্বে আমি দুটামান কথা ইয়াত স্মৰণ কৰি ল’ব খুজিছো।যথাঃ এটা সাম্প্ৰদায়িক শক্তিয়ে কিছু বছৰৰ পৰা শৰাইঘাট যুদ্ধৰ আহোম সেনাপতি লাচিত বৰফুকনক মুছলমান খেদা বীৰ বুলি প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি…
