Discourses From the East
কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সংকট আৰু ছাত্ৰ ঐক্যৰ কলৰৱ

ৰাজনৈতিক দলৰ হস্তক্ষেপ নথকাকৈ আজিৰ দিনত আন্দোলন সম্ভবনে ? আজিৰ দিন বুলি ক’লে ২০১৪ৰ পৰা বর্তমানলৈ চলি থকা সময়ছোৱা। এই সময়ছোৱাত তেন্তে আন্দোলন আছেনে নাই অথবা আন্দোলন একোটা গঢ়ি উঠিছেনে নাই? নে এই সময়ছোৱা বহুবছৰ ধৰি অপেক্ষা কৰি থকা ভাল…




