Puspanjali Hazarika

Puspanjali Hazarika

স্বাধীনতা

swadhinota

পৃথিৱীৰ আটাইতকৈ সৰল শিশুটিৰ নাম স্বাধীনতা অকণমান দুটি চকু দূৰৰ তৰাৰ দৰে জিলমিল নির্মল হাঁহি, বর্ষাৰ প্ৰথম ফুলপাহৰ দৰেই যাৰ সুবাস স্বাধীনতা আইতাৰ সেলেঙি ভৰা এযুৰি তেজাল ওঁঠ… এদিন স্বাধীনতা বহুতৰ স্বপ্নৰ নাম আছিল… শিশুবোৰে সপোনত দেখিছে স্বাধীনতা এটা চৰাইৰ…

Read Moreস্বাধীনতা