Discourses From the East
চাহ-বাগিচাৰ কুঁৱলী

“এইটো ডাঙৰ সফলতা, খুব ডাঙৰ সফলতা। কিন্তু ইমান ডাঙৰ নহয়, যিমান অসমৰ সৈতে জড়িত হৈছে। কিয়?”হাতত বাতৰি কাকত ধৰি পুত্ৰই পিতৃক সুধিলে। “নিশ্চয়েই কোনো কাৰণ থাকিব,” পিতৃয়ে ক’লে। “তেন্তে আমি সেইটো জনা উচিত,” কন্যাই নিজৰ মত দিলে। তাৰ পাছত পিতৃৰ…
