Discourses From the East
ট্ৰাইবেল

প্ৰখ্যাত সংগীতজ্ঞ আৰু লেখক T M Krishna ৰ ৩০ অক্টোবৰৰ The Telegraph কাকতত প্ৰকাশিত The other Ashoka শীৰ্ষক লেখাটোৰ জেৰ টানি অসমৰ পৰিপ্ৰেক্ষিতত ছায়া দত্তই যুগুত কৰা এটি লেখা— ট্ৰাইবেল বুলিলে যাৰ যি মন যায় তাকে বুজে। একেবাৰে বেলৰ পৰা…




