Discourses From the East
জুবিন : অসমৰ প্ৰাণস্পন্দন

১. মহাকাব্যিক পুনৰ্জন্মজুবিন গাৰ্গৰ মৃত্যু হ’ল৷ এই কথাটো অসমৰ মানুহৰ বাবে এটা বিৰোধাভাস৷ কিয়নো জুবিনৰ মৃত্যু কাৰো বাবে কল্পনা কৰিব নোৱৰা কথা, অকাল মৃত্যুৰ কথাতো বাদেই৷ সেয়ে তেওঁৰ মৃত্যুৰ এমাহৰ পাছতো (মৃত্যু ঘটিছিল ১৯ ছেপ্টেম্বৰত, আমি লিখি আছো ১৯ অক্টোবৰত)…






