Discourses From the East
উদৰ পূৰ নোহোৱা ৰাক্ষসৰ সাধুকথা

বালিৰ তলত পোত যোৱামৰাশবোৰে গম নাপালেকিমানখন পাহাৰ খালেউদৰ পূৰ হয়দৰবাৰ দখল কৰা ৰাক্ষসৰ বালিৰ তলত পোত যোৱামৰাশবোৰে নুশুনিলেৰাক্ষসবোৰৰ সেই অট্টনিনাদযি নিনাদে গিলি খায়বোৱতী নৈগান গোৱা জুৰিআৰু ফুল ফুলা পথাৰবোৰ বালিৰ তলত পোত যোৱামৰাশবোৰে আচলতে দেখা নাপালেৰাক্ষসবোৰৰ মুখাহীন মুখবোৰলেলিহান জিভাপাহাৰ কুটা…






