Discourses From the East
পাঁচদিনীয়া বেংকিং ব্যৱস্থা : নিৰীক্ষণৰ আওতাত

সপ্তাহত পাঁচদিনীয়া কৰ্মসূচীৰ দাবীত চলিত বৰ্ষৰ ২৭ জানুৱাৰী আৰু ১১ ছেপ্টেম্বৰৰ দিনা বেংক কৰ্মচাৰীসকলে দেশব্যাপি ধৰ্মঘট কৰিছিল৷ কৰ্মচাৰীসকলৰ মাজত বৃদ্ধি পোৱা মানসিক চাপ প্ৰশমনৰ বাবে, কৰ্মজীৱনত ভাৰসাম্য আনিবৰ কাৰণে আৰু কামৰ হেঁচাত অহা হতাশা, ক্লান্তি, অৱসাদ আদি নোহোৱা কৰিবৰ বাবে…








