Of the fiery age I’m a spark (অগ্নিযুগৰ ফিৰিঙতি মই)

Share This Article

The bard of Brahmaputra, Bhupen Hazarika’s one of the earliest songs written during the late 1940s ’অগ্নিযুগৰ ফিৰিঙতি মই’, translated into English by Prof. (Retd) Nirendra Nath Thakuria

Of the fiery age I’m a spark
I will build up a new Assam
To the have-nots I’ll bring
Back whatever they’ve lost
I will build up a new Assam.
Making arms of human bones
The exploiters I will Kill
To the have-nots I’ll bring back
Whatever they’ve lost.
No place for religion-mongers
There the caste pride gets dissolved
With my own hands I’ll destroy Untouchability, the burly demon.
Honey I’ll make run through the hearts
Of Harijans, Hillsmen, Hindus, Muslims, Bodos, Koches, Kacharis, Ahoms*
Breaking all walls of prejudice
A heaven of equality
I will make
I will build up a new Assam.

অগ্নিযুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম,
সৰ্বহাৰাৰ সৰ্বস্ব
পুনৰ ফিৰাই আনিম,
নতুন অসম গঢ়িম।

নৰকঙ্কালৰ অস্ত্ৰ সাজি
শোষণকাৰীক বধিম,
সৰ্বহাৰাৰ সৰ্বস্ব
পুনৰ ফিৰাই আনিম
নতুন ভাৰত গঢ়িম।

ধৰ্ম-ব্যৱসায়ীৰ ঠাই নাই তাত
জাতিৰ অহঙ্কাৰ লয় পাব তাত
অস্পৃশ্যতাৰ মহাদানৱক
আপোন হাতেৰে নাশিম
নতুন ভাৰত গঢ়িম।

হৰিজন পাহাৰী হিন্দু মুছলিমৰ
বড়ো কোঁচ চুতীয়া কছাৰী আহোমৰ
অন্তৰ ভেদি মৌ বোৱাম,
ভেদাভেদৰ প্ৰাচীৰ ভাঙি
সাম্যৰ সৰগ ৰচিম,
নতুন ভাৰত গঢ়িম।

অগ্নিযুগৰ ফিৰিঙতি মই….

Share This Article
Prof.(rtd) Nirendra Nath Thakuria
Prof.(rtd) Nirendra Nath Thakuria
Articles: 1

Leave a Reply

Your email address will not be published. Required fields are marked *